Xobdo needs 26 Assamese words from you today to reach the goal of 20,000 words in 2008. So far 3 words added today.

User ID
Password
Become Member
Forgot Your Password?
Info
You are visitor no.
013635
since 15-Nov-2007

 



Current Discussion:

On মানৱৰ স্ব-প্ৰতিৰক্ষাৰ অভাৱজনক ভাইৰাছ member Priyankoo (প্ৰিয়ংকু) says: I propose that we keep the phrase মানৱৰ স্ব-প্ৰতিৰক্ষাৰ অভাৱজনক ভাইৰাছ in our orphan ideas list for now and link it to HIV when we see more occurrences of the Assamese word in Assamese media.




Participate in the discussions and help your language!


Random Xobdo Entry

Lesser Whistling Duck
শৰালি

শৰালি এবিধ পাতি হাঁহ জাতিৰ বনৰীয়া চৰাই । ভাৰত, পাকিস্তান, দক্ষিণ-পূৱ চীন, জাভাৰ পৰা টাইৱানলৈকে বিয়পি আছে । ইয়াৰ ওজন ৫৫০ গ্ৰাম আৰু খুব বেছি ৪০ ছে.মি. ওখ হোৱা দেখা যায় । ইয়াৰ গাৰ বৰণ মুগা আৰু পাখি কেইখন গাঢ় মুগা বৰণৰ । সাধাৰণতে পানী মেটেকা, জলজ উদ্ভিদ ইত্যাদি থকা পৰিস্কাৰ পানীৰ সৰু বিল বা জান আদিত জাক পাতি চৰি থকা দেখা যায় । শৰালিয়ে ঘাহঁ-বন, বীজ, পচা কাঠ আদিৰ ওপৰিও কীট-পতঙ্গ অথৱা শামুক আদিও আহাৰ হিচাবে ভক্ষণ কৰে । ইহঁতে বাৰিষা কালৰ আৰম্ভনিতে কণী পাৰিবলৈ আৰম্ভ কৰে । শেষাংশ...


Xobdo Image

random image

What is this?

Word Counts
Active Projects
English: 9530
Assamese: 13954


New Projects
Khasi :370
Bodo :250
Dimasa :205
Karbi :146
Nagamese :137
Garo :115
Ao :68
Mizo (Lushai) :67
Mishing :59
Tanii (Apatani) :19
Monpa :18
Meitei-lon :1
Bishnupriya Manipuri :0
Chakma :0
Kok-Borok :0
Kuki :0

Last 10 Assamese words
- ভেলাঘৰ
- হাইঠা
- হাইঠক
- আক্ষেপ কৰ্
- অনুতাপ কৰ্
- অনুশোচনা কৰ্
- পৰিতাপ কৰ্
- পশ্চাতাপ কৰ্
- খেদ কৰ্
- পস্তা