On মানৱৰ স্ব-প্ৰতিৰক্ষাৰ অভাৱজনক ভাইৰাছ member Priyankoo (প্ৰিয়ংকু) says:
Current
Discussion:
Participate in the discussions and help your language!
Random Xobdo Entry
Bihu
বিহু
বিহু
বিহু অসমীয়াৰ জাতীয় তথা স্বকীয় উৎসৱ । ‘বিহু’ শব্দটো সংস্কৃত
‘বিষুবত’ শব্দৰ পৰা অহা বুলি ধাৰণা কৰা হয় ।
বৈদিক ‘বিষুবন’ শব্দই এবছৰ ব্যাপী হোৱা ‘সত্ৰ’ বা ‘যজ্ঞ’ৰ মাজৰ দিনটোক বুজায় ।
অৰ্থাৎ দিন আৰু ৰাতি সমান হোৱা দিনটোক বুজায় । এই দিনটোক মকৰ সংক্ৰান্তি বুলি কোৱা
হয় । কিছুমান পণ্ডিতে অসমীয়া ‘বিহু’ শব্দটি সংস্কৃত ভাষাৰ ‘বিষুবন’ শব্দৰ লগত মিল
থকা বুলি ধাৰণা কৰিছে ।
বিহু প্ৰধানত অসমীয়াৰ কৃষিৰ লগত জৰিত এটা উৎসৱ ।
বিহু উৎসৱত বিভিন্ন ধৰ্মীয়কৃত্য উদযাপন কৰি আৰু গৰু-মহ আদি পোহনীয়া জন্তৰ কল্যান
কামনা কৰি সূৰ্য্যদেৱতাক স্তুতি কৰা হয় । ...
শেষাংশ

